পি এম ইণ্ডিয়া

চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান

বিচাৰক
  • বেটী বচাওঁ বেটী পঢ়াওঁ: কন্যাসন্তানৰ যত্ন

    বেটী বচাওঁ বেটী পঢ়াওঁ: কন্যাসন্তানৰ যত্ন

    আমাৰ মন্ত্ৰ হোৱা উচিত—‘বেটা বেটী, এক সমান’৷ “আহক আমি সকলোৱে মিলি কন্যা শিশুৰ জন্ম উদযাপন কৰো৷ আমাৰ কন্যাক লৈও সমানে গৌৰৱ কৰা উচিত৷ কন্যা শিশু জন্মৰ সময়ত আনন্দ উপযাপনৰ বাবে পাঁচটাকৈ গছ পুলি ৰোপন কৰিবলৈ মই আপোনালোকক আহ্বান জনাও৷”—দত্তক গাঁও জয়াপুৰত জনসাধাৰণক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ উল্লেখ্য যে, ২০১৫ৰ ২২ জানুৱাৰীত হাৰিয়ানাৰ পানীপটত প্ৰধানমন্ত্ৰীয়ে বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিৰ শুভাৰম্ভ কৰিছিল৷ ক্ৰমহ্ৰাসমান শিশু লিংগ অনুপাত আৰু মহিলা সৱলীকৰণ সম্পৰ্কীয় দিশসমূহ বেটী বচাও বেটী পঢ়াও(বিবিবিপি)আঁচনিয়ে সাঙুৰি লয়৷ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয় আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সংঘবদ্ধ প্ৰচেষ্টাত এই অভিযান আৰম্ভ কৰা হৈছে৷ এই আচঁনিৰ মহত্বপূৰ্ণ উপাদান হিচাপে ...

  • জাষ্ট এচিভিং মেক্সিমাম(জেএএম)ৰ শক্তিৰ উচিত ব্যৱহাৰঃ জন ধন, আধাৰ আৰু মোবাইল

    জাষ্ট এচিভিং মেক্সিমাম(জেএএম)ৰ শক্তিৰ উচিত ব্যৱহাৰঃ জন ধন, আধাৰ আৰু মোবাইল

    জেএএম ভিজনে আহিবলগীয়া বহুতো পদক্ষেপৰ মূল ভেটি হিচাপে সেৱা আগবঢ়াব৷ মোৰ বাবে জেএএমৰ অৰ্থ হ’ল ‘জাষ্ট এচিভিং মেক্সিমাম’ অৰ্থাৎ ‘মাথো সৰ্বাধিক অৰ্জন কৰা’৷ ব্যয় হোৱা প্ৰতিটো ধনৰ বাবদ সৰ্বাধিক মূল্য৷ আমাৰ দৰিদ্ৰৰ বাবে সৰ্বাধিক সৱলীকৰণ৷ সাধাৰণ জনতাৰ মাজত সৰ্বাধিক প্ৰযুক্তিৰ ব্যৱহাৰ৷ —নৰেন্দ্ৰ মোদী৷ স্বাধীনতাৰ ৬৭ বছৰ অতিক্ৰমৰ পাছতো ভাৰতৰ এক বৃহৎ পৰিমাণৰ জনসংখ্যা এতিয়াও বেংক সেৱাৰ পৰা বঞ্চিত৷ ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকৰ সঞ্চয়ৰ কোনো উপায় নাই আৰু প্ৰতিষ্ঠানগত ঋণ লাভৰো কোনো সুযোগ নাই৷ এই সমস্যা দূৰ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ আগষ্টত প্ৰধানমন্ত্ৰী জন ধন যোজনা মুকলি কৰে৷ Within a matter of months, this scheme has radically transformed lives and futures ...

  • উন্নয়নৰ এক নতুন পদক্ষেপঃ সংসদ আদৰ্শ গ্ৰাম যোজনা

    উন্নয়নৰ এক নতুন পদক্ষেপঃ সংসদ আদৰ্শ গ্ৰাম যোজনা

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ আদৰ্শ গ্ৰাম যোজনা মুকলি কৰি এই সন্দৰ্ভত তেঁওৰ অভিমত ব্যক্ত কৰে৷ ‘আমাৰ এটা অন্যতম সমস্যা হ’ল আমাৰ উন্নয়ন আৰ্হি যোগানৰদ্বাৰা সঞ্চালিত হয়৷ এখন আঁচনি লক্ষ্ণৌ, গান্ধী নগৰ অথবা দিল্লীত প্ৰস্তুত কৰি ইয়াক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস চলোৱা হৈছে৷ আমি আদৰ্শ গ্ৰামৰ জৰিয়তে এই যোগান-চালিত উন্নয়ন আৰ্হি চাহিদা-চালিত আৰ্হিলৈ সলনি কৰিব বিচাৰো৷ গ্ৰামাঞ্চলকো বিকশিত কৰাৰ এক আগ্ৰহ থকা উচিত৷ ইয়াৰ বাবে আমি সকলোৱে আমাৰ মানসিকতা সলনি কৰিব লাগিব৷ জনসাধাৰণক আমি একত্ৰিত কৰাৰ দৰকাৰ’৷ Normally MPs are engaged in political activities, but after this, when they will come to the village, there will be no political activities. It will ...

  • ভাৰতৰ উদ্যমশীলতা শক্তিৰ জাগৰণ

    ভাৰতৰ উদ্যমশীলতা শক্তিৰ জাগৰণ

    মই গভীৰভাৱে বিশ্বাস কৰো যে ভাৰতত উদ্যমশীলতা শক্তিৰ প্ৰচুৰ প্ৰতিভা আছে, যিবোৰ সঠিক ৰূপত ব্যৱহাৰ হোৱা উচিত, যাতে আমি চাকৰি বিচৰা দেশতকৈ চাকৰি দি পৰা এখন দেশ হ’ব পাৰো৷—প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এনডিএ চৰকাৰে উদ্যমশীলতাক উদগণি যোগোৱাত গুৰুত্ব প্ৰদান কৰিছে৷ ভাৰতত উদ্যমশীলতাক উদগণি যোগাবলৈ প্ৰয়োজনীয় সকলো দিশৰ ওপৰত ভিত্তি কৰিয়ে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপ গ্ৰহণ কৰা হৈছে, কেৱল নিৰ্মাণ খণ্ডই নহয় অন্যান্য খণ্ডকো ই সামৰি লৈছে৷ মেক ইন ইণ্ডিয়াই ‘ইজ অৱ ডুয়িং বিজনেছ’ক উদ্যমশীলতা প্ৰসাৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰক হিচাপে স্বীকৃতি দিছে৷ New Infrastructure: Availability of modern and facilitating infrastructure is a very important requirement for the growth of industry. Government intends to develop ...

  • নমামী গংগে

    নমামী গংগে

    ‘মা গংগাৰ সেৱা কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য’ —উত্তৰ প্ৰদেশৰ গংগা নদীৰ পাৰত অৱস্থিত ৱাৰাণসীৰ পৰা ২০১৪ৰ মে’ত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰীৰ মন্তব্য৷ গংগা নদী কেৱল মাত্ৰ ইয়াৰ সংস্কৃতি আৰু আধ্যাত্মিক গুৰুত্বৰ বাবেই স্বীকৃত নহয়, ই দেশৰ ৪০%ৰো অধিক জনসংখ্যাক সাঙুৰি লয়৷ ২০১৪ত নিউয়ৰ্কৰ মেডিছন স্কুৱেৰ গাৰ্ডেনত প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়—"আমি যদি গংগাক স্বচ্ছ কৰি তুলিব পাৰো, ই দেশৰ ৪০ শতাংশ জনসংখ্যাক যথেষ্ট পৰিমাণে উপকৃত কৰিব৷" So, cleaning the Ganges is also an economic agenda." To translate this vision, the Government launched an integrated Ganga conservation mission called ‘Namami Gange’ to arrest the pollution of Ganga River and revive ...

  • ভাৰতৰ বিকাশক শক্তি প্ৰদান

    ভাৰতৰ বিকাশক শক্তি প্ৰদান

    স্বাধীনতাৰ প্ৰায় সাত দশকৰ পাছতো অন্ধকাৰত জীৱন কটোৱা দেশৰ মুঠ ১৮,০০০ গাওঁক বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱাৰ এক অভিলাসী পৰিকল্পনা হাতত লৈছে ভাৰত চৰকাৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছিল যে ১০০০দিনৰ ভিতৰত অৱশিষ্ট সকলো গাঁওত বৈদ্যুতিকৰণ সম্পূৰ্ণ হ’ব৷ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম দ্ৰুত গতিৰে আগবাঢ়িছে আৰু এই কাৰ্য এক অবিশ্বাস্য স্বচ্ছতাৰে হৈ আছে৷ বিদ্যুৎ সংযোগেৰে সাঙুৰি লোৱা গাওঁৰ তথ্য মোবাইল এপ আৰু ৱেৱছাইটৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে৷ While we can observe only electricity reaching the villages, it is also important to note that it is accompanied by dreams, aspirations & upward mobility in life for the people residing in villages. It ...

  • ভাৰতীয় অৰ্থনীতিক দ্ৰুত গতিলৈ অনা

    ভাৰতীয় অৰ্থনীতিক দ্ৰুত গতিলৈ অনা

    এনডিএ চৰকাৰৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্ৰুততম বিকশিত বৃহৎ অৰ্থনীতিত পৰিণত হৈছে। ভাৰতীয় অৰ্থনীতিৰ বাবে এইটো আছিল এক ঐতিহাসিক বৰ্ষ৷ নিম্ন বিকাশ, উচ্চ মুদ্ৰাস্ফীতি আৰু সীমিত উৎপাদনৰ এক সময়ছোৱাৰ পৰা এনডিএ চৰকাৰে আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰাৰ লগতে দেশক বিকশিত অৰ্থনীতিৰ দেশৰ শাৰীলৈ আনিলে৷ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ৭.৪%লৈ বৃদ্ধি পাইছে আৰু এই হাৰ বিশ্বৰ সকলো বৃহৎ অৰ্থনীতিৰ মাজত দ্ৰুততম হিচাপে চিহ্নিত হৈছে৷ বিভিন্ন ৰেটিং এজেন্সী আৰু থিংক টেংকে সম্ভাৱনা ব্যক্ত কৰিছে যে এনডিএ চৰকাৰৰ নেতৃত্বত অনাগত বছৰসমূহত ভাৰতৰ বিকাশ হাৰ তীব্ৰ গতিৰে বৃদ্ধি পাব৷ Banking on the strong fundamentals & reforms being undertaken by the NDA Government, Moody’s upgraded India’s rating from ...

  • এখন সমৃদ্ধিশালী ভাৰতৰ বাবে কৃষকৰ সৱলীকৰণ

    এখন সমৃদ্ধিশালী ভাৰতৰ বাবে কৃষকৰ সৱলীকৰণ

    আমাৰ দেশৰ মেৰুদণ্ডস্বৰূপ কৃষকসকলক সৱল কৰিবলৈ এনডিএ চৰকাৰে বিভিন্ন উদ্ভাৱনী চিন্তা আৰু দৃঢ় পৰিকল্পনাৰে কেইবাটাও উল্লেখনীয় পদক্ষেপ হাতত লৈছে৷ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাই জলসিঞ্চন সা-সুবিধা নিশ্চিত কৰি কৃষি উৎপাদনত উদগণি যোগাইছে৷ এই আঁচনিৰ লক্ষ্য হ’ল—সকলো কৃষি ফাৰ্মলৈ সুৰক্ষিত জলসিঞ্চনৰ ব্যৱস্থা আগবঢ়োৱা৷ আধুনিক জলসিঞ্চন ব্যৱস্থাৰ বিষয়ে কৃষকসকলক শিক্ষিত কৰি তোলা হৈছে৷ কৃষক গোটসমূহক জৈৱিক কৃষিৰ প্ৰতি উৎসাহিত কৰিবলৈ ‘পৰম্পৰাগত কৃষি বিকাশ যোজনা’ মুকলি কৰা হৈছে৷ A special scheme has also been launched in North-Eastern Region for promotion of organic farming and export of organic produce. Soil Health cards have been introduced to enhance productivity of specific crops in a sustainable manner &shall be issued to ...

  • স্বচ্ছ আৰু নিকা প্ৰশাসনৰে নজিৰ সৃষ্টি

    স্বচ্ছ আৰু নিকা প্ৰশাসনৰে নজিৰ সৃষ্টি

    যোৱা দশকসমূহত দেখি অহা স্বৈৰাচাৰী শাসন, কেলেংকাৰী আৰু অবিচক্ষণতাৰ বিপৰীতে বিগত বছৰ কেইটাত দেশবাসীয়ে দুৰ্নীতি মুক্ত আৰু স্বচ্ছ প্ৰশাসন ব্যৱস্থাৰ সুফল লাভ কৰিছে৷ উচ্চতম ন্যায়ালয়ে কয়লা ব্ল’ক আৱণ্টন বাতিল কৰাৰ পাছতে চৰকাৰে স্বচ্ছ-নিকা আৰু সময়মতে নিলাম অনুষ্ঠিত হোৱাটো নিশ্চিত কৰিবলৈ অভূতপূৰ্ব দ্ৰুততাৰে কাম আৰম্ভ কৰে৷ ৬৭টা কয়লা ব্ল’কৰ পৰা লাভ কৰা নিলাম আৰু আৱণ্টন আয়ে ৩.৩৫ লাখ কোটি স্পৰ্শ কৰে৷ দিল্লী উচ্চ ন্যায়ালয়ে উল্লেখ কৰিছিল— ‘এই কথাই আমাক আশ্বস্ত কৰিছে যে নিলাম প্ৰক্ৰিয়া সুন্দৰভাৱে সম্পন্ন হ’ল৷’ The process by itself does not appear to us, to be arbitrary or irrational. There is, of course, no allegation that the auction process is designed to ...

  • এক উজ্জল ভৱিষ্যতৰ দিশে

    এক উজ্জল ভৱিষ্যতৰ দিশে

    এনডিএ চৰকাৰে শিক্ষা আৰু দক্ষতা বিকাশক বৃহৎ অগ্ৰগতি প্ৰদান কৰি বিভিন্ন অদ্বিতীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী কাৰ্যক্ৰমৰ জৰিয়তে সম্পূৰ্ণৰূপে তথ্য-প্ৰযু্ক্তি নিৰ্ভৰ এক বিত্তীয় সাহায্য প্ৰাধিকৰণে সকলো শিক্ষা ঋণ আৰু জলপানিৰ তদাৰক আৰু নিৰীক্ষণ কৰে৷ শিক্ষকক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰা পণ্ডিত মদন মোহন মালভিয়া মিছনৰ জৰিয়তে শিক্ষণ প্ৰণালীৰ মান উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে৷ লগতে, গ্ল’ৱেল ইনিচিয়েটিভ অৱ একাডেমিক নেটৱ’ৰ্ক নামৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, যাৰ সহায়ত গ্ৰীষ্ম আৰু ঠাণ্ডা বন্ধত দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষা প্ৰদান কৰিবলৈ বিশ্বৰ আগশাৰীৰ প্ৰখ্যাত শিক্ষাবিদ, বিজ্ঞানী আৰু উদ্যোগপতিক আমন্ত্ৰণ জনোৱা হয়৷ with a view to give international exposure to Indian students. SWAYAM will leverage ...

  • Loading...