পি এম ইণ্ডিয়া

মিডিয়াত প্ৰকাশিত

media coverage
18 Sep, 2018
২০১৮ৰ জুলাইত ভাৰতীয় বজাৰত চাকৰিৰ কাম-কাজ সৰ্বাধিক ১৬% শতাংশ বৃদ্ধি পাইছেঃ টাইমছ জব
বিএফএছআই খণ্ডত চাকৰি বৃদ্ধি হাৰ সুস্থিৰ; বিক্ৰীৰ সৈতে জড়িত কাম-কাজ, ব্যৱসায়িক উন্নয়ন আৰু আইটি বৃত্তিত নিয়োগ বৃদ্ধি
প্ৰতিবেদন মতে ২০১৮ৰ জানুৱাৰীৰ পৰা জুন মাহৰ সময়ছোৱাত খুচুৰা উদ্যোগত ব্যাপক উন্নয়ন হৈছে
media coverage
18 Sep, 2018
প্ৰধানমন্ত্ৰী মোদীয়ে ৬৮সংখ্যক জন্মদিন উদযাপনৰ লগত সংগতি ৰাখি বাৰাণসীৰ নৰউৰৰ এখন বিদ্যালয়ৰ স্কুলীয়া শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে
প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰে
প্ৰধানমন্ত্ৰী মোদীয়ে বাৰাণসীৰ মাণ্ডুৱাদিহ ৰে’লৱে ষ্টেচনো পৰিদৰ্শন কৰে
media coverage
18 Sep, 2018
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৮সংখ্যক জন্মদিনত শুভেচ্ছাৰ বৰষুণ হয়
চেলিব্ৰিটী, উদ্যোগজগত, ক্ৰীড়া ক্ষেত্ৰৰ তাৰকা ইত্যাদি সকলোৱে টুইটাৰৰ ছবি আৰু গ্ৰীটিংছেৰে টুইটাৰ ভৰাই তোলা পৰিলক্ষিত হয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৮সংখ্যক জন্মদিন; ৰাজনীতিবিদ, অভিনেতা, ক্ৰীড়াবিদে টুইটাৰত প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায়
media coverage
18 Sep, 2018
প্ৰধানমন্ত্ৰী জন্মদিনক শুভেচ্ছা জনালে বিগ বি, অক্ষয় কুমাৰ, অনুপম খেৰৰ লগতে অন্যান্য চেলিব্ৰিটীয়ে
প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনঃ প্ৰধানমন্ত্ৰীলৈ বলীউদৰ কলা-কুশলীৰ শুভেচ্ছাৰ বৰষুণ
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ জন্মদিনত সমগ্ৰ দেশৰ নাগৰিকৰ শুভেচ্ছা জ্ঞাপন
media coverage
18 Sep, 2018
পদ্মশ্ৰী সন্মান লাভ কৰা শীতল মহাজনে ব্যতিক্ৰমী ধৰণে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীৰ ৬৮সংখ্যক জন্মদিনত!
ভাৰতীয় স্কাই ডাইভাৰ শীতল মহাজনে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ১৩,০০০ ফুট উচ্চতাত উৰি থকা এখন উৰাজাহাজৰ পৰা জপিয়ায়!
ভাৰতীয় স্কাই ডাইভাৰ শীতল মহাজনে প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ ১৩,০০০ ফুট উচ্চতাত উৰি থকা এখন উৰাজাহাজৰ পৰা হাতত প্লেকাৰ্ড লৈ জপিয়ায়!
media coverage
18 Sep, 2018
প্ৰধানমন্ত্ৰী মোদীয়ে কন কন শিক্ষাৰ্থীক শিক্ষকক প্ৰশ্ন সোধাৰ ক্ষেত্ৰত কেতিয়াও ভয় নকৰিবলৈ উৎসাহ যোগায়
জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ্থীসকলক ক্ৰীড়াৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়ায়
বিভিন্ন ক্ষেত্ৰত দক্ষতা আহৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ই তোমালোকক সদায় সহায় কৰিবঃ শিশুসকলক ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
media coverage
18 Sep, 2018
কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
জন্মদিন উপলক্ষে বাৰাণসীৰ কাশী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
শিক্ষাৰ্থীসকলে ক্ৰীড়াক গুৰুত্ব দিবই লাগিব। বাহিৰ গৈ খেলা, এয়া অতি জৰুৰী বুলি বাৰাণসীত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে
media coverage
17 Sep, 2018
ধাৰাবাহিকভাৱে ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত থকা, যুৱপ্ৰজন্মৰ সৈতে সক্ৰিয়ভাৱে যুক্ত হোৱা, ভাষণৰ পদ্ধতি আৰু তেওঁৰ সাজপাৰেও দেশৰ যুৱপ্ৰজন্মৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছে
প্ৰধানমন্ত্ৰী মোদীয়ে যুৱপ্ৰজন্মৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ প্ৰযুক্তি আৰু অভিনৱ ধাৰণাৰ ওপৰত জোৰ দিয়ে
১২ মিলিয়ন অনুৰাগীৰে ইনষ্টাগ্ৰামত বিশ্বৰ নেতাসকলৰ শীৰ্ষত আছে প্ৰধানমন্ত্ৰী মোদী
media coverage
17 Sep, 2018
নৰেন্দ্ৰ মোদী গুজৰাটৰ সৰ্বাধিক সময় সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰী হৈ পৰিল আৰু তেওঁ অভিলেখ সংখ্যক ৪বাৰকৈ শপত গ্ৰহণ কৰিছিল
অটলজীয়ে মোদীক কৈছিল, “দিল্লী এৰি গুজৰাটলৈ ঘুৰি যোৱা”
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নৰেন্দ্ৰ মোদীৰ ওপৰত বিশ্বাস জাগে আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰ দৰে গধূৰ দায়িত্ব অৰ্পণ কৰে
Loading