পি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বিভাগীয় তথ্য

(14.05.2018 তাৰিখ পৰ্যন্ত)

প্ৰধানমন্ত্ৰী

শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী আৰু লগতে
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়;
আনৱিক শক্তি বিভাগ;
মহাকাশ বিভাগ;
অন্যান্য সকলো গুৰুত্বপূৰ্ণ নীতিজনিত বিষয়;
আন বিতৰণ নকৰা সকলো মন্ত্ৰালয়ৰ দপ্তৰ।

কেবিনেট মন্ত্ৰী

1 শ্ৰী ৰাজনাথ সিং গৃহ পৰিক্ৰমা মন্ত্ৰী
2 শ্ৰীমতী সুষমা স্বৰাজ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
3 শ্ৰী অৰুণ জেটলী দপ্তৰবিহীন মন্ত্ৰী
4 শ্ৰী নীতিন জয়ৰাম গাডকাৰী পথ পৰিবহণ আৰু ঘাইপথ; জাহাজ মন্ত্ৰী;
আৰু জল সম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ।
5 শ্ৰী সুৰেশ প্ৰভূ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী।
অসামৰিক পৰিবহণ মন্ত্ৰী
6 শ্ৰী ডি.ভি. সদানন্দ গৌড়া পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰী।
7 শ্ৰীমতী উমা ভাৰতী খোৱা পানী আৰু অনাময় মন্ত্ৰী।
8 শ্ৰী ৰামবিলাস পাছোৱান উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী।
9 শ্ৰীমতী মানেকা সঞ্জয় গান্ধী মহিলা আৰু শিশু বিকাশ মন্ত্ৰী।
10 শ্ৰী অনন্ত কুমাৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰী;
আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী।
11 শ্ৰী ৰবি শংকৰ প্ৰসাদ আইন আৰু ন্যায় মন্ত্ৰী;
আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী।
12 শ্ৰী জগত প্ৰকাশ নড্ডা স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী।
13 শ্ৰী অনন্ত গীতে গধূৰ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰী।
14 শ্ৰী মতী হৰছিমৰত কৌৰ বাদল খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী।
15 শ্ৰী নৰেন্দ্ৰ সিং তোমৰ গ্ৰামোন্নয়ন মন্ত্ৰী;
পঞ্চায়তীৰাজ মন্ত্ৰী;
আৰু খনি মন্ত্ৰী।
16 শ্ৰী চৌধাৰী বিৰেন্দৰ সিং তীখা মন্ত্ৰী
17 শ্ৰী জুৱেল অ’ৰাম জনজাতি পৰিক্ৰমা মন্ত্ৰী
18 শ্ৰী ৰাধামোহন সিং কৃষি আৰু কৃষক কল্যান মন্ত্ৰী।
19 শ্ৰী থাৱন চান্দ গেহলট সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী
20 শ্ৰীমতী স্মৃতি জুবিন ইৰাণী বস্ত্ৰ মন্ত্ৰালয়।
21 ড০ হৰ্ষ বৰ্ধন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী;
পৃথিৱী বিজ্ঞান মন্ত্ৰী;
আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী।
22 শ্ৰী প্ৰকাশ জাভড়েকাৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰী
23 শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী;
আৰু দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰী।
24 শ্ৰী পীযুষ গোৱেল ৰে’ল মন্ত্ৰী;
আৰু কয়লা মন্ত্ৰী
বিত্ত মন্ত্ৰী
আৰু কৰ্প’ৰেট পৰিক্ৰমা।
25 শ্ৰীমতী নিৰ্মলা সীতাৰমণ প্ৰতিৰক্ষা মন্ত্ৰী।
26 শ্ৰী মুখতাৰ আব্বাছ নাকভি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী।

ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)

ৰাও ইন্দৰজিত সিং পৰিকল্পনা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব);
আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
শ্ৰী সন্তোষ গেংৱাৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব)
শ্ৰী শ্ৰীপদ য়েছো নায়ক আয়ুৰ্বেদ, যোগ আৰু নেচাৰ’পেথী, উনানী, সিদ্ধ
আৰু হোমিঅ’পেথী মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (আয়ুষ)(স্বতন্ত্ৰ দায়িত্ব)
ড০ জিতেন্দ্ৰ সিং উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব);
কৰ্মচাৰী আৰু ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্ৰী;
আনৱিক শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী;
আৰু মহাকাশ বিভাগৰ ৰাজ্যিক মন্ত্ৰী।
 ৫  ড০ মহেশ শৰ্মা সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব);
আৰু পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
শ্ৰী গিৰিৰাজ সিং সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)।
শ্ৰী মনোজ সিনহা যোগাযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব); আৰু
ৰে’ল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
কৰ্ণেল ৰাজ্যৱৰ্ধন সিং ৰাথোড় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব) ;আৰু
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)।
শ্ৰী ৰাজকুমাৰ সিং শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব); আৰু
নব্য আৰু নবীকৰণযোগ্য মন্ত্ৰায়লৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)।
১০ শ্ৰী হৰদীপ সিং পুৰী গৃহ আৰু নগৰীয়া পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)
১১ শ্ৰী আলফোনছ কন্নানথানম পৰ্যটন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী(স্বতন্ত্ৰ দায়িত্ব)।

ৰাজ্যিক মন্ত্ৰী

1 শ্ৰী বিজয় গোৱেল সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
2 শ্ৰী ৰাধাকৃষ্ণণ পি. বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
3 শ্ৰী এছ. এছ আহলুৱালিয়া ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
4 শ্ৰী ৰমেশ চান্দাপ্পা জিগাজিনেগি খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
5 শ্ৰী ৰামদাস আথাৱালে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
6 শ্ৰী বিষ্ণু দেৱ ছাই তীখা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
7 শ্ৰী ৰাম কৃপাল যাদৱ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
8 শ্ৰী হংসৰাজ গংগাৰাম অহিৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
9 শ্ৰী হৰিভাই পাৰ্থিভাই চৌধাৰী খনি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
কয়লা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
10 শ্ৰী ৰাজেন গোঁহাই ৰে’ল মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
11 জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভি. কে. সিং বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
12 শ্ৰী পৰষোত্তম ৰুপালা কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
13 শ্ৰী কৃষণ পাল সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
14 শ্ৰী যশৱন্ত সুমনভাই ভাবৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
15 শ্ৰী শিৱ প্ৰতাপ শুক্লা বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
16 শ্ৰী অশ্বিনী কুমাৰ চৌবে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
17 শ্ৰী সূদৰ্শন ভগত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
18 শ্ৰী উপেন্দ্ৰ কুছৱাহা মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
19 শ্ৰী কিৰেণ ৰিজিজু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
20 ড০ বীৰেন্দ্ৰ কুমাৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
21 শ্ৰী অনন্ত কুমাৰ হেগড়ে দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
22 শ্ৰী এম. জে. আকবৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
23 সাধৱী নিৰঞ্জন জ্যোতি খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
24 শ্ৰী জয়ন্ত সিনহা অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
25 শ্ৰী বাবুল সুপ্ৰিঅ’ গধূৰ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
26 শ্ৰী বিজয় ছাম্পলা সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
27 শ্ৰী অৰ্জুণ ৰাম মেঘৱাল সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
জল সম্পদ, নদী উন্নয়ন আৰু
গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
28 শ্ৰী অজয় তামতা বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
29 শ্ৰীমতী কৃষ্ণা ৰাজ কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
30 শ্ৰী মনসুখ এল. মানদাভিয়া পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
31 শ্ৰীমতী অনুপ্ৰিয়া পেটেল স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
32 শ্ৰী চি. আৰ চৌধাৰী উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
33 শ্ৰী পি পি চৌধাৰী আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী;
34 ড০. সুভাষ ৰামৰাও ভামৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
35 শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।
36 ড০. সত্য পাল সিং মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী; আৰু
জল সম্পদ, নদী উন্নয়ন আৰু গংগা
পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী।

(14.05.2018 তাৰিখ পৰ্যন্ত হোৱা মন্ত্ৰী পৰিষদৰ সালসলনিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে)

ডাউনলোড কৰাৰ বাবে ইয়াত ক্লিক কৰক (পি ডি এফ ফৰ্মেট)