পি এম ইণ্ডিয়া

বাতৰি আপডে'ট

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত চতুৰ্দশ ভাৰত-ইউৰোপিয়ান সংঘৰ সন্মিলনত স্বাক্ষৰিত চুক্তিসমূহৰ তালিকা

ক্ৰ.নং

চুক্তিসমূহৰ তালিকা

ভাৰতীয় স্বাক্ষৰকাৰী

ইউৰোপিয়ান সংঘৰ স্বাক্ষৰকাৰী

১.

ইউৰোপিয়ান গৱেষণা পৰিষদৰ উদ্যোগত ইউৰোপত ইউৰোপিয়ান আয়োগ আৰু ভাৰতীয় গৱেষণাৰ বিজ্ঞান আৰু অভিযান্তিক বোৰ্ডৰ মাজত ব্যৱস্থাপনাৰ কাৰ্যকৰী কৰা

ড০ আৰ. শৰ্মা(এছইআৰবিৰ সচিব)

শ্ৰীযুত টমাছ কজল’ৱস্কি(ইউৰোপিয়ান সংঘৰ ৰাষ্ট্ৰদূত)

২.

বাংগালুৰুৰ মেট্ৰো ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৫০০ মিলিয়ন ইউৰোৰ ৩০০ মিলিয়ন ইউৰোৰ বিত্তীয় ঠিকা

শ্ৰীযুত সুভাষ চন্দ্ৰ গাৰ্গ(ডিইএৰ সচিব)

শ্ৰীযুত এন্দ্ৰিউ মেকডোৱেল(এআইবিৰ অধ্যক্ষ)

৩.

আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ আভ্যন্তৰীণ সচিবালয় আৰু ইউৰোপিয়ান ইনভেষ্টমেণ্ট বেংকৰ মাজত যৌথ ঘোষণা পত্ৰ

শ্ৰীযুত উপেন্দ্ৰ ত্ৰিপাঠী(আইএছএ সচিবালয়ৰ, সচিব প্ৰধান)

শ্ৰীযুত এন্দ্ৰিউ মেকডোৱেল(এআইবিৰ অধ্যক্ষ)

***

AKT/SH/VK/DB