PMINDIA

News Updates

The content is auto sourced from PIB

বিদাৰ-কালাবাৰাগীৰ মাজত নতুন ৰে’ল পথ মুকলি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিদাৰ ৰে’লৱে ষ্টেচনত এক ফলক উদ্বোধন কৰি বিদাৰ-কালাবাৰাগীৰ মাজত নতুন ৰে’ল পথ দেশবাসীলৈ উৎসৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে বিদাৰ আৰু কালাবাৰাগীৰ মাজত ডেম’ সেৱাৰো ফ্লেগ অফ কৰে৷

AKT/SH/MS