পিএমইন্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰকাশিত বিশ্ববেংকৰ ২০১৮ বৰ্ষৰ ‘ব্যৱসায়ৰ বাবে সহজ পৰিৱেশৰ ৰচনা’ৰ প্ৰতিবেদনত ভাৰতে ৩০ নং স্থান দখল কৰাত আনন্দ প্ৰকাশ কৰিছে।যোৱা বছৰ ভাৰত ১৩০ নং স্থানত আছিল।
এলানি টুইটৰ যোগেদি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ফলাফলক ঐতিহাসিক আখ্যা দি কয় যে ভাৰতত বহুমূখী সংস্কাৰ সাধন হোৱাৰ বাবেহে ই সম্ভৱ হৈছে।
“ভাৰতত বহুমূখী সংস্কাৰ সাধন হোৱাৰ বাবেহে ব্যৱসায়ৰ বাবে সহজ পৰিৱেশৰ ৰচনাৰ এই ঐতিহাসিক ফলাফল সম্ভৱ হৈছে।
ব্যৱসায়ৰ বাবে সহজ পৰিৱেশে উদ্যোগীসকলৰ সন্মূখত সোণালী সুযোগ আনি দিছে। বিশেষকৈ লঘূ, ক্ষূদ্ৰ আৰু মধ্যমীয়া উদ্যোগীসকলে সমৃ্দ্ধি লাভ কৰিছে।
যোৱা তিনি বছৰত আমি ৰাজ্যসমূহৰ মাজত এই ক্ষেত্ৰত প্ৰতিযোগিতা অনুষ্ঠিত কৰিছো, যি অতি লাভজনক হোৱা দেখা গৈছে।
ইয়াৰ আগতে ভাৰতত ব্যৱসায় কৰা কেতিয়াও ইমান সহজ নাছিল। ভাৰতে সমগ্ৰ বিশ্বক ইয়াত লুকাই থকা অৰ্থনৈতিক সম্ভাৱনীয়তাসমূহ আৱিষ্কাৰ কৰি তাৰ সদব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে।
‘সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তন’ৰ মন্ত্ৰৰে উদ্বুদ্ধ হৈ আমি অৰ্থনৈতিক প্ৰগতিৰ দিশত কাম কৰি যাম”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
****
AKT/NT/PRK
Our @isro scientists have made us proud yet again: PM @narendramodi https://t.co/zzH28VTxdh
— PMO India (@PMOIndia) January 12, 2018
Our strides in space will help our citizens and will enhance our development journey. I want to once again congratulate our scientists: PM @narendramodi https://t.co/zzH28VTxdh
— PMO India (@PMOIndia) January 12, 2018
I congratulate all those winning the National Youth Awards: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2018
During #MannKiBaat in December 2017, I had called for organising mock parliaments in our districts. Such mock parliaments will further the spirit of discussion among our youth: PM @narendramodi https://t.co/zzH28VTxdh

We have to create the India that our freedom fighters dreamt of: PM @narendramodi https://t.co/zzH28VTxdh
— PMO India (@PMOIndia) January 12, 2018
We want to make our youth job creators. They should be youngsters who innovate: PM @narendramodi https://t.co/zzH28VTxdh
— PMO India (@PMOIndia) January 12, 2018
Some people will tell you- today's youth does not have 'Dhairya.' In a way, this is what ignites an innovative zeal in our youth. It enables our youngsters to think out of the box and do new things: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2018
I urge you all to make sports a part of your lives: PM @narendramodi
— PMO India (@PMOIndia) January 12, 2018