পি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীয়ে ২০বছৰ সম্পূৰ্ণ কৰা উপলক্ষে মাইগভ কুই

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে মাইগভ ইণ্ডিয়া সেৱা সমৰ্পণ শীৰ্ষক এলানি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়;

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰমোদীয়ে আজি, ৭অক্টোবৰত ২০টা বছৰ সম্পূৰ্ণ কৰিলে। তেওঁ সততে নিজকে এখন আত্মনিৰ্ভৰশীল ভাৰত বাবে কাম কৰা প্ৰধান সেৱক বুলি কয়। এই ২০টা বছৰত ৰাষ্ট্ৰনিৰ্মাণৰ বিভিন্ন দিশ সামৰি  @mygovindia- যুগুতোৱা কুইজৰ বাবে https://t.co/nEYpBCltGNৰে সংযুক্ত হওক

 

****

DS/SH/KB