আমাৰ দিব্যাংগ বন্ধু-বান্ধবীসকলে গৌৰৱেৰে জীয়াই থাকিব বিচাৰে৷ জীৱনত ভাল কাম কৰিব বিচাৰে৷ সুগম্য ভাৰত অভিযানৰ জৰিয়তে আমি এনে কিছু ক্ষেত্ৰত গুৰুত্ব দিব বিচাৰিছো, যিবোৰ সাধাৰণতে গুৰুত্বলৈ নাহে৷—গুজৰাটৰ নৱছাৰীত অনুষ্ঠিত সামাজিক অধিকাৰিতা শিবিৰত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য৷