এই দেশৰ কৃষকসকলক পৰ্যাপ্ত পানীৰ সুবিধা দিয়ক আৰু তেওঁলোকে কি চমৎকাৰ কৰি দেখুৱাব পাৰে, সেয়া প্ৰত্যক্ষ কৰক৷ প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনাৰ জৰিয়তে আমি দেশৰ চুকে-কোণে থকা প্ৰতিখন গাঁৱে পৰ্যাপ্ত পানী পোৱাতো নিশ্চিত কৰিব বিচাৰো৷—গুজৰাটৰ লিমখেড়াত প্ৰধানমন্ত্ৰী মোদী৷