প্ৰৱাসীসকলক আমি কেৱল ‘সংখ্যা’ৰ হিচাপত গণ্য কৰিলে নহ’ব, তেওঁলোকক আমি ‘শক্তি’ৰ ৰূপত চাব লাগিব৷ এই দৃষ্টিভংগীৰে চাই আমি ব্ৰেইন ড্ৰেইনক ব্ৰেইন গেইনলৈ ৰূপান্তৰিত কৰি সমস্যাৰ সমাধান কৰিব পাৰো৷— প্ৰৱাসী ভাৰতীয় কেন্দ্ৰৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী৷
শ্বেয়াৰ