দক্ষিণ এছিয়াত ভাৰত আৰু কেইবাখনো দেশে অৰ্থনৈতিক সমৃদ্ধিৰ বাবে এক শান্তিপূৰ্ণ পথেৰে আগবাঢ়িছে৷ কিন্তু ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰই সন্ত্ৰাসবাদক উদগণি যোগাইছে আৰু আন দেশলৈ সন্ত্ৰাসবাদ বিয়পাইছে৷ ইয়াৰ ফলত অঞ্চলটোৰ শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে আৰু হত্যা-হিংসা বৃদ্ধি পাইছে৷ সন্ত্ৰাসবাদৰ এই পৃষ্ঠপোষকতা বন্ধ কৰাৰ সময় আহি পৰিছে৷ সন্ত্ৰাসবাদক প্ৰৰোচিত কৰাসকলক নিষিদ্ধ কৰাৰ সময় সমাগত৷—একাদশ ইষ্ট এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদী৷