সন্ত্ৰাসবাদ সমাজৰ বাবে সবাতোকৈ গুৰুতৰ প্ৰত্যাহ্বান৷ ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন৷ আমি কেৱল সন্ত্ৰাসবাদীক লক্ষ্য কৰি ল’লেই নহ’ব, বৰং ইয়াৰ সহযোগী ব্যৱস্থাটোকো সাঙুৰি ল’ব লাগিব৷ সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে আমি কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব৷—একাদশ ইষ্ট এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰী মোদী৷