বিদ্যুৎ, পানী আৰু পথ...পূৰ্বতে মাত্ৰ এইকেইটা বিষয়কে দৰিদ্ৰৰ প্ৰাথমিক প্ৰয়োজন হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু আমি এই তালিকাত সংযোজন ঘটাইছো—শিক্ষা আৰু স্বাস্থ্য৷ এই পাঁচটা দিশত গুৰুত্ব প্ৰদান কৰি আমি কেৱল নিয়োগ সৃষ্টি কৰাই নহয়, তেওঁলোকৰ ভৱিষ্যতো সুৰক্ষিত কৰিছো৷ আৰু সেইবাবেই সমগ্ৰ দেশত গুঞ্জৰিত হৈছে—ছবকা সাথ,ছবকা বিকাশ৷—গুজৰাটৰ লিমখেড়াত প্ৰধানমন্ত্ৰী মোদী৷