সমগ্ৰ বিশ্বই আজি ভাৰতৰ সৈতে সম্পৰ্ক বজাই ৰাখিব বিচাৰে৷ আমাৰ প্ৰৱাসীসকলে বিশ্বৰ সৈতে দেশৰ সম্পৰ্ক মজবুজ কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷ সমান্তৰালভাৱে প্ৰৱাসীসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰা আৰু সম্পৰ্কৰ বান্ধ শক্তিশালী কৰি ৰখাতোও আমাৰ বাবে প্ৰয়োজনীয়৷—প্ৰৱাসী ভাৰতীয় কেন্দ্ৰৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী৷