যেতিয়াই আমি ‘বিকলাংগ’ ব্যক্তিৰ সান্নিধ্যলৈ আহো, তেতিয়া আমি তেওঁৰ অক্ষমতাৰ প্ৰতি মন দিও, কিন্তু তেওঁৰ মাজত থকা অপৰিসীম সক্ষমতা আৰু শক্তিলৈ লক্ষ্য নকৰো৷ আৰু সেইবাবে মই বিকলাংগৰ সলনি ‘দিব্যাংগ’ শব্দটো ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনাও৷—গুজৰাটৰ নৱছাৰীত অনুষ্ঠিত সামাজিক অধিকাৰিতা শিবিৰত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য৷