অক্টাভিঅ’ ছিমোছ, মুখ্য কাৰ্যবাহী বিষয়া, টেল্লাৰিয়ান আইএনচি
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাটো অসাধাৰণ আছিল। ভাৰতে বহনক্ষমতা লাভৰ বাবে ৰোডমেপ তৈয়াৰ কৰি ডাঙৰ কাম কৰিলে আৰু সকলোৰে বাবে শক্তি উপলব্ধ কৰিবলৈ হাইড্ৰ’কাৰ্বনৰ প্ৰয়োজন আছে বুলি স্বীকৃতি দিলে। ইয়াৰ বাবে ভাৰতৰ দৰে সিদ্ধান্ত গ্ৰহণকাৰী আৰু দায়বদ্ধ কোনো দেশ নাই।