অমিত শ্বাহ, কেন্দ্ৰীয় গৃহ মন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ দূৰ্গৰ পৰা ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক শাসনৰ মন্ত্ৰ প্ৰদান কৰে। আৰু তেওঁ সফলতাৰে ইয়াক তৃণমূল পৰ্যায়লৈ লৈ গৈছে।-