অ’মিৰ ড’ৰমেন, পৰিচালন সঞ্চালক, কেষ্ট্ৰ’ল ইণ্ডিয়া লিমিটেড
জিএছটি এক যুগান্তকাৰী কৰ সংস্কাৰ, যিয়ে ভাৰতক এখন উমৈহতীয়া বজাৰত পৰিণত কৰালে৷ ব্যৱসায়ৰ সূচলতা বৃদ্ধি কৰিছে আৰু সামগ্ৰিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷