আইএমএফৰ পৰিচালন সঞ্চালক ক্ৰীষ্টালিনা জৰ্জিয়েভা
ভাৰতে অন্ধকাৰ দিগন্তত উজ্জ্বল স্থান বুলি কোৱাৰ যোগ্য কাৰণ এই কঠিন সময়তো ই এক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হৈ আহিছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই বৃদ্ধিৰমুলতে হৈছে গাঁথনিগত সংস্কাৰ আছে।