সংস্কাৰৰ ক্ষেত্ৰত তেওঁলোকে দেখুওৱা সাহসৰ বাবেই মই ভাৰতক লৈ বাৰুকৈয়ে উত্সাহিত হৈছোঁ। উদাহৰণ স্বৰূপে ভাৰতক সকলোৱে কৈছিল যে ব্যাপক পৰিসৰত ডিজিটেল পৰিচয়ৰ ব্যৱস্থা কৰাটো সম্ভৱ নহ’ব... কিন্তু ভাৰতে তেওঁলোকক ভুল প্ৰতিপন্ন কৰিলে।