‘‘ভাৰতীয় অৰ্থনীতিয়ে অনাগত ১০টা বৰ্ষত ক্ৰমাগতভাৱে উত্তৰণৰ দিশত আগবাঢ়িব বুলি মই ঠাৱৰ কৰিব পাৰিছোঁ৷ আমি বিশ্বৰ সবাতোকৈ দ্ৰুত অৰ্থনীতিৰ দেশ হোৱাৰ পথত আগবাঢ়িছোঁ...মই ‘মেক ইন ইণ্ডিয়া’ৰ সাফল্যত বিশ্বাসী আৰু ভাৰতৰ উপভোক্তা বজাৰে উল্লেখনীয়ভাৱে অগ্ৰগতি লাভ কৰিব৷’’