২০১৮ বৰ্ষৰ ছিউল শান্তি বঁটা লাভ কৰাৰ বাবে মই আপোনাক অভিনন্দন জনাইছো৷ ইয়াৰ দ্বাৰা বিশ্বত ভাৰতীয় প্ৰতিষ্ঠানৰ খ্যাতি বৃদ্ধি কৰাৰ লগতে ভাৰতীয় উদ্যোগসমূহ লাভান্বিত হ’ব…আমি সকলোৱে জানো যে আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায়েই উচ্চ পৰ্যায়ৰ নীতি প্ৰস্তুত কৰা আৰু স্বচ্ছ ভাৰত অভিযান অথবা দুৰ্নীতি নিয়ন্ত্ৰণ বা সামাজিক দায়বদ্ধতা লোৱাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে জড়িত৷