২০১৭ৰ দ্বিতীয় কোৱাৰ্টাৰৰ দ্ৰুত অৱনমনৰ পাছত হোৱা উত্থানৰ গতিৰ ফলত ২০১৮ আৰু ২০১৯ত ভাৰত পুনৰ বিশ্বৰ দ্ৰুত বিকশিত গুৰুত্বপূৰ্ণ অৰ্থনীতি হৈ পৰিব