ইউনাইটেড কিংডম-ৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ
২০২৮ চনৰ ভিতৰত তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবঢ়া, অৰ্থনৈতিক মহাশক্তিৰ ৰূপ ধাৰণ কৰা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতৰ বিশাল পৰিবিস্তৃতিলৈ চাওকচোন। সেই যাত্ৰাৰ অংশীদাৰ হ’বলৈ আমি ব্ৰিটেইনে নিখুঁতভাৱে অৱস্থিতি গ্ৰহণ কৰিছোঁ। আমি একেলগে ভৱিষ্যতৰ ক্ষেত্ৰ আৰু দক্ষতাসমূহ গঢ়ি তুলিব বিচাৰিছোঁ।