ইউনিচেফৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফ’ৰ৷
আপুনি যদি অনাময় ব্যৱস্থাত এক ডলাৰ বিনিয়োগ কৰে, তেন্তে স্বাস্থ্য ব্যয় হ্ৰাসৰ ৰূপত ইয়াৰ উপযোগিতা চাৰি ডলাৰৰ হ’ব৷ চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব আৰু আপুনি কমকৈ দৰৱ কিনিলেও হ’ব৷ প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আৰু অনাময়ৰ দৰে ক্ষেত্ৰত যথেষ্ট সময় ব্যয় কৰিছে আৰু জনসাধাৰণে ইয়াৰ সুফল দেখিবলৈ পাইছে৷ জনসাধাৰণে মহাত্মা গান্ধীৰ সপোনৰ ভাৰতবৰ্ষ গঢ়িব বিচাৰে আৰু তেওঁলোকে ইয়াক লৈ গৌৰৱ অনুভৱ কৰে