উইলিয়াম লিন, ব্ৰিটিছ পেট্ৰ’লিয়ামৰ কাৰ্যবাহী উপ-সভাপতি
আমি সকলোৱে শক্তি সুৰক্ষা, সুলভতা আৰু কম কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু নীতিক সমৰ্থন কৰোঁ কাৰণ ভাৰতে শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগতে পৰিৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰণী হিচাপেও আগুৱাই গৈছে।-