উদয় কোটাক, চেয়াৰমেন, কোটাক মহিন্দ্ৰা বেংক, ১৯ নৱেম্বৰ ২০১৮
‘‘মই ব্যৱসায়িক পৰিবেশৰ উত্তৰণত সঁচাকৈয়ে অভিভূত হৈছোঁ আৰু ব্যৱসায়ক সহজ কৰি তোলাৰ পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ চৰকাৰত স্বয়ং নিজে গ্ৰহণ কৰিছে৷ মই ভাবোঁ যে যদি ভাৰতৰ অৰ্থনীতি বিকশিত কৰিব লাগে তেন্তে ভাৰতত ব্যৱসায় কৰাৰ পথ নিৰৱচ্ছিন্নভাৱে সুগম কৰি তুলিব লাগিব’’