আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে যোৱা ৫ বছৰত পৰিৱৰ্তনীয় যাত্ৰা সম্পন্ন কৰিলে৷ যোৱা ৫ বছৰত বিভিন্ন উল্লেখযোগ্য পৰিৱৰ্তন সাধিত হোৱাৰ লগতে ভাৰত অনাগত কেইবাটাও দশকৰ বাবে অভূতপূৰ্ব পৰিৱৰ্তনৰ বাবে প্ৰস্তুত হৈ ৰ’ল৷ মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনোৱাৰ লগতে অভিনন্দনো জনাইছো যে তেওঁ অতি কম সময়ৰ ভিতৰতে এই সাফল্য লাভ কৰিছে৷