কিম ইয়ং ৰে’, বাণিজ্যৰ সহকাৰী মন্ত্ৰী, ইণ্ডাষ্ট্ৰী আৰু এনাৰ্জী, দক্ষিণ কোৰিয়া
ভাৰতৰ সমগ্ৰ বিশ্বৰে বৃহৎ অৰ্থনৈতিক শক্তিগৃহ হোৱাৰ সামৰ্থ আছে আৰু ইয়াত কেইটামান অৱদান যেনে যুৱ প্ৰজন্মৰ আধিক্য, বৃহৎ জনসংখ্যা, উচ্চ দক্ষতাসম্পন্ন কৰ্মশক্তি তথা বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰে ইয়াক অধিক সহজ কৰি তুলিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যনিৰ্বাহ কৰাৰ সময়ৰ পৰাই তেওঁ বিভিন্ন সংশোধনীমূলক কাৰ্যপন্থা গ্ৰহণ কৰিছে আৰু ভাৰতৰ ঔদ্যোগিক অনুকূল হিচাপে গঢ়ি তুলিছে৷’