কুমাৰ মংগলম বিৰলা, অধ্যক্ষ, আদিত্য বিৰলা গ্ৰুপ
‘মই নিশ্চিত যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত ভৱিষ্যতে ছুপাৰপাৱাৰ হৈ উঠিব….মাননীয় প্ৰধানমন্ত্ৰীয়ে দেখুৱাই যোৱা পথ আৰু তেওঁৰ বীক্ষণক বাস্তৱায়িত কৰাৰ বাবে আমি সক্ৰিয়ভাৱে ৰাজ্যখনৰ উত্তৰণৰ দিশত অগ্ৰসৰ হ’ম৷’