গেষ্টন ব্ৰাউন, এণ্টিগুয়া আৰু বাৰ্বুডাৰ প্ৰধানমন্ত্ৰী
ক'ভিডৰ বিৰুদ্ধে যুঁজত সহায় কৰিবলৈ কেৰিবিয়ানৰ সৈতে উদাৰতাৰে আৰু নিস্বাৰ্থভাৱে ভাগ কৰা ৫০০হাজাৰ এষ্ট্ৰাজেনেকা ভেকচিনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো।