ছ’ৰেন স্কু, মুখ্য কাৰ্যবাহী বিষয়া, এপি-মলাৰ মাৰেস্ক ডেনমাৰ্ক
মোৰ উদ্যোগে ভাৰতক বিশ্বজনীন ব্যৱসায়ৰ বাবে এক গুৰুত্বপূৰ্ণ বজাৰ হিচাপে বিবেচিত কৰে, আমাৰ অত্যাধুনিক লজিষ্টিক সামগ্ৰীৰ চাহিদা বৃদ্ধিৰ দ্ৰুতগামী কেন্দ্ৰ হিচাপেও আৰু ভাৰতৰ ছফ্টৱেৰ তথা বিপিঅ’ ক্ষেত্ৰত আমাৰ বিনিয়োগৰ জৰিয়তেও… আমি বিশেষভাৱে ভাৰত চৰকাৰক লজিষ্টিকছ ব্যয় হ্ৰাস কৰা আৰু ইজ অব্ ডুয়িং বিজনেছৰ প্ৰসাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো’’