প্ৰধানমন্ত্ৰী মোডী এজন নেতা যিয়ে এটা দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিব পাৰে আৰু ইয়াক কাৰ্যকৰী কৰি তুলিব পাৰে। আজিৰ পৃথিৱীত এয়া বিৰল। মই ভাবো তেওঁ এই পৃথিৱীৰ একত্ৰীকৰণৰ শক্তি।