ভাৰতত মই বৰ্তমান যিমান আনন্দ অনুভৱ কৰিছো, এয়া কেতিয়াও অনুভৱ কৰা নাছিলো৷ মই আপোনালোকৰ দেশক লৈ বিশ্বাসী৷মই ভাৰতবৰ্ষৰ প্ৰেমত পৰিছো আৰু আপোনাৰ নেতৃত্বৰ ওপৰত মোৰ গভীৰ বিশ্বাস জন্মিছে৷ মই আশা কৰো যে অনাগত ১০ বছৰত ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ বাবে এক উদাহৰণ হৈ পৰিব৷