জন চেম্বাৰ, অধ্যক্ষ, আমেৰিকা-ভাৰত কৌশলগত সহযোগিতা মঞ্চ
মোক ভাৰতৰ সবাতোকৈ বৃহৎ আশাবাদী আৰু দেশৰ প্ৰত্যেকজন ব্যক্তিৰ বাবে দেশৰ ভবিষ্যত কিদৰে আগবঢ়াই লৈ যোৱা হব সেই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ বীক্ষণ হিচাপে অভিহিত কৰা হয় …ইউএছআইএছপিএফৰ অধ্যক্ষ হিচাপে মই ভাৰতীয়সকলৰ তথা আমেৰিকান চিইঅ’সকলৰ ভাৰতৰ প্ৰতি থকা বিশ্বাস আৰু প্ৰধানমন্ত্ৰী মোদীৰ কৌশল পৰিলক্ষিত কৰিছো৷ ভাৰতৰ সৈতে থকা মোৰ চল্লিশ বছৰীয়া কাৰ্যকালৰ এয়া সবাতোকৈ শক্তিশালী অংশগ্ৰহণ…মই আজি সকলোকে এই প্ৰত্যাহ্বান জনাব বিচাৰিছো যে আমি সকলোৱে বিশ্বক এয়া অৱগত কৰাৰ বাবে পাঁচ বছৰৰ প্ৰয়োজন হ’ব যে আমি এই ‘নতুন ভাৰত’ত যি ভূমিকা পালন কৰি আছো, সেয়া প্ৰধানমন্ত্ৰী মোদীৰ দৰে এক উল্লেখযোগ্য মহান নেতাৰ নেতৃত্বত হৈছে৷’