জামাইকাৰ বিত্তমন্ত্ৰী কামিনা স্মিথ
আজি এখন ডাঙৰ বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী @narendramodiক ধন্যবাদ জনাইছো । আপোনাৰ নেতৃত্বত প্ৰযুক্তিগত পৰিৱৰ্তনৰ দ্ৰুতগতি দেখি অনুপ্ৰাণিত হৈছো৷ আমাৰ শক্তিশালী অংশীদাৰিত্ব অব্যাহত ৰাখিবলৈ আৰু ভাৰতৰ জি-২০ অধ্যক্ষতাক সমৰ্থন কৰি সকলোৰে বাবে কাম কৰা মুকলি, সংযুক্ত ইণ্টাৰনেট আগবঢ়াই নিবলৈ আগ্ৰহী।