জামাইকাৰ বিত্তমন্ত্ৰী কামিনা স্মিথ
আৰম্ভণিৰে পৰাই ভাৰত আছিল এক নিৰ্ভৰযোগ্য অংশীদাৰ যাৰ সহায় আমাৰ মহামাৰীৰ প্ৰতি সঁহাৰিৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল। ভাৰতে এক সামগ্ৰিক আৰু বাহ্যিক দৃষ্টিৰে ভেকচিন কূটনীতি কৌশল আকোৱালি লৈছিল। জামাইকাই ভাৰতৰ পৰা প্ৰথম জীৱন দায়িনী ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছিল।