জিন লিকুন, অধ্যক্ষ, এছিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট বেংক
ভাৰত এআইআইবিৰ প্ৰধান সহযোগী আৰু এই সংস্থাৰ দ্বিতীয় বৃহৎ ষ্টেকহ’ল্ডাৰ… এই বেংকে গুজৰাট, মধ্য প্ৰদেশ আৰু অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন গ্ৰামীণ পথৰ বাবে বিত্তৰ যোগান ধৰিছে যাৰ ফলত গ্ৰামাঞ্চলৰ বাসিন্দা আৰু বজাৰৰ মাজত দূৰত্ব হ্ৰাস পাইছে আৰু জীৱিকাৰ উত্তৰণ হৈছে….প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিষ্ঠাৰে এই বেংকৰ প্ৰতি সহযোগিতা আগবঢ়াইছে৷ চীনৰ নেতা ছিৰ সৈতে তেওঁৰ ব্যক্তিগত বন্ধুত্বই দুয়োখন দেশৰে মৈত্ৰী বৃদ্ধি কৰিছে আৰু এয়া পৰিলক্ষিত হৈছে৷