জেফ বেজোছ, মুখ্য কাৰ্যবাহী বিষয়া, আমাজন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা সাক্ষাত্ আছিল অনন্য। ভাৰতৰ উদ্ভাৱনীয়তা আৰু অনুকূলতাই সদায়েই উদ্বুদ্ধ কৰি ৰাখে। বিনিয়োগ কৰিবলৈ আৰু বিকাশ সাধন কৰিবলৈ সদায়েই উন্মুখ হৈ আছো।