ট’ম ভ’ন ব’নছডৰ্ফ, ভ’লভো অ’টো ইণ্ডিয়াৰ পৰিচালন সঞ্চালক
সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ ক্ষেত্ৰত জিএছটি এক সুন্দৰ পদক্ষেপ৷ আমি লক্ষ্য কৰিছো যে জিএছটিৰ ফলস্বৰূপে কিছুমান গাড়ীৰ দাম কমিছে, কিছুমানৰ একে আছে আৰু কিছুমানৰ সামান্য পৰিমাণে বাঢ়িছে৷ কিন্তু আমাৰ বাবে জিএছটি এক বাণিজ্যিক সক্ৰিয়কৰণকাৰী৷ ইয়াৰ ফলত ভাৰতত ব্যৱসায়ৰ সুচলতা বৃদ্ধি পাব৷ গতিকে এয়া অত্যন্ত ভাল কথা৷