‘‘আমাৰ ইজ অব ডুয়িং বিজনেছৰ সূচাংক বৰ্তমানে ৭৭%লৈ উত্থান হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষতামূলক তথা স্বচ্ছ ব্যৱস্থাপনাৰ ফলত এতিয়া ভাৰতলৈ অহাটো সহজ হৈছে৷ ইয়াত কোনো ৰঙা ফিটাৰ মেৰ-পাক নাই৷ বিনিয়োগৰ বাবে এতিয়া ভাৰতেই একমাত্ৰ উত্তম দেশ৷ এয়া সুশাসনৰ ফলত সম্ভৱ হৈছে আৰু মই সকলোকে অভিনন্দন জনাইছোঁ৷’’