প্ৰধানমন্ত্ৰী মোদী, আপোনালোকৰ কৃতকাৰ্যতাৰ বাবে আপোনাক আৰু ভাৰতীয় লোকসকলক মই অভিনন্দন জনাবলৈ পাই চমকিত হৈছো। আপোনালোকৰ কৃতকাৰ্যতাৰ পৰিধি বিস্তৃত। সমগ্ৰ বিশ্বতে আটাইতকৈ ক্ষীপ্ৰতাৰে বিকশিত হৈছে ভাৰতৰ অৰ্থনীতি।