ডনাল্ড ট্ৰাম্প, ১৩ নৱেম্বৰ, ২০১৮ তাৰিখে হোৱাইট হাউচত দিপাৱলীৰ আলোক উৎসৱত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অভিমত
‘‘আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতৰ সৈতে গভীৰ বন্ধুত্ব আছে আৰু মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বন্ধুত্ব স্থাপনত কৃতাৰ্থ অনুভৱ কৰিছোঁ...ভাৰত বিশ্বৰ সবাতোকৈ বৃহৎ গণতন্ত্ৰ, আৰু আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধুত্বই স্বতন্ত্ৰতা, উন্নতি আৰু শান্তিৰ দিশত উল্লেখযোগ্য ভূমিকা পালন কৰিব’’