‘‘ভাইব্ৰেণ্ট গুজৰাট সন্মিলন বিনিয়োগ উত্তৰণৰ পৰা আগুৱাই গৈ গুজৰাটৰ জৰিয়তে ভাৰত আৰু অন্য দেশসমূহৰ মাজত এক দীৰ্ঘদিনীয়া বন্ধুত্বৰ সাক্ষী হৈ ৰ’ল…২০৩০ চনৰ ভিতৰত ভাৰত ক্ৰমাগতভাৱে শীৰ্ষৰ তিনিখন অৰ্থনীতিৰ দেশত নাম সন্নিৱিষ্ট কৰাত পথত অগ্ৰসৰ হৈছে…ভাৰতৰ সবাতোকৈ প্ৰভাৱশালী তথা সন্মানীয় নেতাগৰাকীয়ে এবাৰ কৈছিল ‘‘স্বচ্ছ চিন্তা প্ৰকৃত বিকাশ’’