যেতিয়া বিশ্বই ক'ভিডৰ সৈতে যুঁজ দিছিল আৰু আপুনিও প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, তেতিয়া আপুনি ক'ভিড ভেকচিন প্ৰদান কৰাৰ সময়ত প্ৰকৃত ভালপোৱা আৰু আশা কি সেয়া বিশ্বক দেখুৱাই দিছিল...আপোনাৰ কাম, আপোনাৰ মৰম আৰু আপোনাৰ নেতৃত্বৰ প্ৰদৰ্শনৰ বাবে মই ইয়াত অতি গৌৰৱান্বিত অনুভৱ কৰিছো।