‘‘মই অতিশয় উত্তেজিত হৈছোঁ... মই ভাবোঁ যোৱা ৪টা বৰ্ষত, মই আপোনাক নিশ্চিতভাৱে ক’ব পাৰোঁ যে লাগিলে আপুনি সৰু বা ডাঙৰ উদ্যোগ যিয়েই নহওক, এই দেশ আপোনাৰ কাষত আছে৷’’