বিন্দেশ্বৰ পাঠক, সুলভ ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক
মহাত্মা গান্ধীৰ পাছত ৰাষ্ট্ৰৰ উন্নয়নক প্ৰাধান্য দি নিকা আৰু স্বচ্ছভাৱে দেশৰ হৈ কাম কৰা ব্যক্তি যদি কোনোবা আছে, তেওঁ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ বিশ্বৰ সকলো দেশতে তেওঁ স্বচ্ছতাৰ কথা বিশেষভাৱে দৃষ্টিগোচৰ কৰিছে৷