বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ সহঃঅধ্যক্ষ বিল গেটছ৷
“নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু ভাৰত চৰকাৰৰ ভূমিকাই অনাময় ব্যৱস্থা উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এতিয়া স্বচ্ছ ভাৰত অভিযানৰ সফলতাক আগুৱাই নিয়াৰ সময় আহি পৰিছে৷”