বিশ্ব শক্তি আউটলুক ২০১৮ প্ৰতিবেদন (১৩ নৱেম্বৰ ২০১৮)ত আন্তৰ্জাতিক শক্তি সংস্থাৰ অভিমত
‘‘বিশেষকৈ ২০১৮ চনত ভাৰতৰ সমগ্ৰ গাঁৱতে বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাটো এক বৃহৎ সাফল্য...এয়া শক্তিৰ ইতিহাসত আটাইতকৈ ডাঙৰ সাফল্য৷ ২০০০ চনৰ পৰা ভাৰতত প্ৰায় অৰ্ধ বিলিয়ন লোকেহে বিদ্যুতৰ সুবিধা পাইছিল, ৰাজনৈতিক প্ৰয়াসৰ দ্বাৰা যোৱা পাঁচ বছৰৰ ভিতৰত ইয়াৰ উল্লেখযোগ্য ধৰণে উত্তৰণ হৈছে’’