ব্ৰায়ান পি ছচ্ছমডিট, নোবেল বিজয়ী
এয়া সঁচাই উপভোগ্য। আমি ইয়াত অষ্ট্ৰেলিয়াত কি কৰি আছোঁ আৰু অমি কেনেকৈ গৱেষণা আৰু বিজ্ঞানত একেলগে কাম কৰিব পাৰোঁ সেয়া তেওঁক ভালদৰে বৰ্ণোৱা হৈছে। বিশ্ব-মানৰ বিজ্ঞান সমাধা কৰিবলৈ ভাৰতৰ সামৰ্থ্য এক অতি আকৰ্ষণৰ বিষয় হৈ পৰিছে কিয়নো ভাৰতে ইয়াৰ বিজ্ঞান আৰু বিজ্ঞানীসকলৰ ওপৰত কৰি থকা বিনিয়োগে তেওঁলোকক আহিলা দিব আৰু বহু প্ৰশ্নৰ সমাধান দিব। মোৰ জীৱন কালত ভাৰতে লাভ কৰা, প্ৰধানমন্ত্ৰী মোদী এজন নিশ্চিতভাৱে অন্যতম চকুত পৰা নেতা আৰু তেওঁৰ সৈতে কথা পাতি মই দেখিছোঁ যে তেওঁ কিয় ব্যক্তিত্বসম্পন্ন আৰু তেওঁ যেতিয়া মানুহৰ সৈতে কথা পাতে সঁচাই তেওঁলোকক গুৰুত্ব দিয়ে আৰু সেইটোৱেই হয়তো সঁচা যে তেওঁ লাগে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বা আন কোনোবাই হওক তেওঁ যেন সমাজৰ পৰা প্ৰথম লগ পাই আছে।